এই কাম কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হৈছে ভাৰত

 


🇮🇳 #ভাৰত একক ফায়াৰিং ইউনিট ব্যৱহাৰ কৰি কমাণ্ড গাইডেন্সৰ দ্বাৰা ২৫ কিলোমিটাৰ দূৰত্বত একেলগে ০৪টা আকাশী টাৰ্গেট এংগেজমেণ্টৰ সামৰ্থ্য প্ৰদৰ্শন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। #Akash Weapon System ব্যৱহাৰ কৰি #IAF য়ে এই পৰীক্ষা চলাইছিল।

Post a Comment

0 Comments